Assam State School Education Bord (ASSEB) NCERT Textbook Solutions for class 10 Maths Chapter 4 Quadratic Equations Exercise 4.1 in Assamese Medium.
দশম শ্ৰেণীৰ গণিতৰ অধ্যায়-2 দ্ধিঘাত সমীকৰণৰ অনুশীলনী 4.1 -ৰ সকলো সমাধান আমি সকলো শীক্ষাৰ্থৰ বাবে উপলদ্ধ হোৱাকৈ দশম শ্ৰেণীৰ গণিতৰ দ্ধিঘাত সমীকৰণ এই অধ্যায়ৰ সমাধানবোৰ আগবঢ়ালো ।
![]() |
| Quadratic Equations Exercise 4.1 |
Exercise 4.1 (অনুশীলনী 4.1)
1. তলৰবোৰ দ্বিঘাত সমীকৰ হয়নে পৰীক্ষা কৰাঃ
(i) (x + 1)2 = 2(x-3)
(ii) x2-2x = (-2)(3-x)
(iii) (x-2)(x+1) = (x-1)(x+3)
(iv) (x-3)(2x+1) = x(x + 5)
(v) (2x-1)(x-3) = (x+5)(x-1)
(vi) x2 + 3x + 1 = (x-2)2
(vii) (x + 2)3 = 2x(x2-1)
(viii) x3-4x2-x+1 = (x-2)3
সমাধানঃ
(i) (x + 1)2 = 2(x-3)
⇒ x2 +2.x.1 + 12 = 2x – 6
⇒ x2 +2x +1 = 2x -6
⇒ x2 +2x +1 - 2x +6 = 0
⇒ x2 + 7 = 0 ax2 + bx + c = 0
⇒ x2 + 7 + 0 = 0 ই এটা ax2 + bx + c = 0 আৰ্হিৰ ।
∴ (x + 1)2 = 2(x-3) এটা দ্বিঘাত সমীকৰণ হয় ।
পৰীক্ষা কৰা হল
(ii) x2-2x = (-2)(3-x)
∴ x2 – 4x + 6 = 0 এটা ax2 + bx + c = 0 আৰ্হিৰ ।
∴ x2-2x = (-2)(3-x) এটা দ্বিঘাত সমীকৰণ হয় ।
পৰীক্ষা কৰা হল
(iii) (x - 2)(x+1) = (x-1)(x+3)
ইয়াত -3x + 1 = 0 ; ax2 + bx + c = 0 আৰ্হিৰ নহয়।
∴ (x - 2)(x+1) = (x-1)(x+3) এটা দ্বিঘাত সমীকৰণ নহয় ।
পৰীক্ষা কৰা হল
ইয়াত x2 – 10x- 3 = 0 ; ax2 + bx + c = 0 আৰ্হিৰ
∴ (x-3)(2x+1) = x(x + 5) দ্বিঘাত সমীকৰণ হয় ।
পৰীক্ষা কৰা হল
(v) (2x-1)(x-3) = (x+5)(x-1)
ইয়াত x2 – 11x + 8 = 0 ; ax2 + bx + c = 0 আৰ্হিৰ
∴ (2x-1)(x-3) = (x+5)(x-1) দ্বিঘাত সমীকৰণ হয় ।
পৰীক্ষা কৰা হল
Class 10 Maths Assamese Medium Questions Answer
We Solved Chapter 4 Quadratic Equations solutions in Assamese Medium for Class 10 Mathematics. We are providing here to help the students easily understand all the concepts. We solved all exercise for class 10 maths chapter 4 in Assamese Medium. We easily solved Class 10 maths Exercise 4.1, Class 10 Maths Exercise 4.2 solutions in Assamese medium, Class 10 maths exercise 4.3 solutions in Assamese medium and Class 10 maths 4.4 solutions Assamese medium.
